अर्थ : ইটালীৰ অধিবাসী
उदाहरण :
সেই ইটালিয়ানজনে গাঁওবাসীৰ ফটো তুলিলে
पर्यायवाची : ইটালী বাসী, ইটালী-বাসী, ইটালীবাসী
अर्थ : ইটালীৰ বা ইটালীৰ সৈতে সম্বন্ধ থকা
उदाहरण :
ইটালিয়ান পৰিব্রাজক মার্কো পʼলʼই এছিয়াৰ অন্বেষণ কৰিছিল