सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
उदाहरण : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
पर्यायवाची : ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
अर्थ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
उदाहरण : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
पर्यायवाची : জগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
अर्थ : ইহ সংসাৰৰ সৈতে সম্বন্ধ ৰাখোঁতা
उदाहरण : ইহজগতৰ আনন্দ ক্ষণভঙ্গুৰ
पर्यायवाची : লৌকিক, সাংসাৰিক
इंस्टॉल करें