पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উড়িয়া शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উড়িয়া   বিশেষ্য

अर्थ : উৰিষ্যাৰ অধিবাসী

उदाहरण : এই ছাত্রাৱাসটোত কেৱল উড়িয়াহে থাকিব পাৰিব

अर्थ : যি লিপিত উড়িয়া ভাষা লিখা হয়

उदाहरण : লʼৰাটোৱে মন্দিৰৰ ওপৰত উড়িয়াত লিখি থোৱা কথাখিনি পঢ়িবলৈ চেষ্টা চলায় আছে

पर्यायवाची : উড়িয়া লিপি

উড়িয়া   বিশেষণ

अर्थ : উৰিষ্যাৰ বা উৰিষ্যাৰ সৈতে সম্বন্ধ থকা

उदाहरण : আমি উৰিয়া নৃত্য চাবলৈ গৈছিলোঁ

पर्यायवाची : উৰিয়া

अर्थ : উড়িয়া ভাষাৰ বা উড়িয়া ভাষাৰ সৈতে সম্বন্ধ থকা

उदाहरण : পুৰীৰ বিষয়ে অধিক জানিবলৈ মই ভালেমান উড়িয়া কিতাপ অধ্যয়ন কৰিলোঁ

चौपाल