सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : উষ্ণ হোৱা অৱস্থা বা ভাব
उदाहरण : গৰমৰ দিনত উষ্ণতা বৃদ্ধি পায়
पर्यायवाची : উমাজাল, উষ্ণতা, তাপ
अर्थ : বিজুলী, জুই বা প্রাকৃতিকভাৱে উৎপন্ন হোৱা এবিধ শক্তি, যাৰ প্রভাৱত বস্তু গৰম হয়, গলে বা ভাপ হৈ উৰি যায় আৰু যাৰ পৰা গৰম বা জ্বলা-পোৰা অনুভৱ কৰা যায়:তাপত হাত পুৰি গৈছে
उदाहरण :
पर्यायवाची : উমাজাল, উষ্ণতা, উষ্ণত্ব, তাপ
अर्थ : শৰীৰত জ্বলা-পোৰা কৰা এক প্রকাৰৰ ৰোগ যাৰ বাবে কেতিয়াবা কেতিয়াবা শৰীৰত কিছুমান দানা সদৃশ গুটিও ওলায়
उदाहरण : তেওঁ ইষদোষ্ণতাত ভুগিছে
पर्यायवाची : ইষদোষ্ণতা, উষ্ণতা
इंस्टॉल करें