पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উত্তৰকালীন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উত্তৰকালীন   বিশেষণ

अर्थ : আগত বা ভৱিষ্যতে হʼবলগীয়া বা তাৰ সৈতে সম্বন্ধিত

उदाहरण : মই আগন্তুক পৰীক্ষাৰ কাৰণে প্রস্তুতি চলাই আছো

पर्यायवाची : অনাগত, আগতপ্রায়, আগন্তুক, আসন্ন, আহি থকা-, আহিব লগা-, আহিবলগীয়া, প্রত্যাসন্ন, ভৱিতব্য, ভৱিষ্যকালৰ, সন্নিকট, সমাসন্ন

अर्थ : উত্তৰকালৰ সৈতে সম্বন্ধিত

उदाहरण : তেওঁৰ ্ উত্তৰকালীন সাহিত্যত ৰুচি নাই

पर्यायवाची : উত্তৰ কালৰ, ভাবীকালৰ

अर्थ : ভৱিষ্যত কালত হʼবলগীয়া

उदाहरण : আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত

पर्यायवाची : অনাগত, ভাবী, ভৱিতব্য, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ

चौपाल