सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে
उदाहरण :
पर्यायवाची : অনাচ্ছাদিত, অনাবৃত, উন্মুক্ত, খোলা, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
अर्थ : ভিতৰত একো নথকা বা যি অপূর্ণ
उदाहरण : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
पर्यायवाची : উকা, খালী, শূন্য, শূন্যগর্ভ, ৰিক্ত
अर्थ : ঢাকি নৰখা বা আৱৰি নৰখা
उदाहरण : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
पर्यायवाची : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
इंस्टॉल करें