पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উপঢৌকন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উপঢৌকন   বিশেষ্য

अर्थ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন

उदाहरण : উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে

पर्यायवाची : উৎকোচ

अर्थ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য

उदाहरण : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়

पर्यायवाची : পাৰিতোষিক, ভেটি

अर्थ : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য

उदाहरण : চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়

चौपाल