अर्थ : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
उदाहरण :
ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
पर्यायवाची : পোৱা
अर्थ : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
उदाहरण :
অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
पर्यायवाची : পোৱা
अर्थ : অভিপ্রায় বা আশয় বুজি পোৱা
उदाहरण :
মই অতি কষ্ট কৰিহে এই কথালৈকে আহি উপনীত হৈছোঁ