सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সমাপ্ত হোৱাৰ ভাব বা কার্য
उदाहरण : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
पर्यायवाची : অন্ত, অৱধি, অৱসান, ইতি, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
अर्थ : কোনো কিতাপৰ অন্তিম অধ্যায় যʼত তাৰ উদ্দেশ্য সংক্ষেপে বর্ণ্্না কৰা থাকে
उदाहरण : মই উপসংহাৰ পঢ়িয়েই বুজি পাওঁ সেইখন কেনেধৰণৰ উপন্যাস হʼব
अर्थ : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ
उदाहरण : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব
पर्यायवाची : অন্ত, ইতি, শেষ, সমাপ্তি
इंस्टॉल करें