सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে
उदाहरण : তেওঁ হনুমানৰ ভক্ত
पर्यायवाची : ভকত, ভক্ত, সাধক, সেৱক
अर्थ : যিজনে পূজা কৰে
उदाहरण : ভগৱানৰ প্রকৃত উপাসক সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ পৰে
पर्यायवाची : আৰাধক, পূজাৰী, ভক্ত
अर्थ : কাৰোবাক দেৱতুল্য মানি ্তেওঁৰ ভক্তি কৰা বা তেওঁৰ পৰম মহত্ত্ব মানি চলা ব্যক্তি
उदाहरण : তেওঁ ্গান্ধীজীৰ ভক্ত গান্ধীজী অহিংসাৰ পূজাৰী আছিল
पर्यायवाची : পূজাৰী, ভক্ত
इंस्टॉल करें