सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজন ব্যক্তিৰ উপেক্ষা কৰা হৈছে
उदाहरण : তেওঁ আজীৱন দুখীয়া তথা উপেক্ষিতৰ সেৱা নিয়োজিত হৈ আছে
अर्थ : যাৰ ওপৰত ধ্যান দিয়া হোৱা নাই
उदाहरण : এই গাঁওখন আজিও চৰকাৰৰ দ্বাৰা উপেক্ষিত
पर्यायवाची : অনাদৃত, অৱহেলিত, হেয়
अर्थ : যিটো উপেক্ষা কৰিবৰ যোগ্য
उदाहरण : প্রভুৰ নির্মিত কোনো বস্তুৱেই উপেক্ষণীয় নহয়
पर्यायवाची : অনাদৃত, অনাদৰণীয়, অৱজ্ঞাত, অৱজ্ঞাপ্রসূত, অৱজ্ঞেয়, অৱহেলনীয়, উপেক্ষণীয়
अर्थ : যাক অপমান কৰা হৈছে
उदाहरण : অশোকে মদৰ নিচাত নিজৰ বাপেককে অপমানিত কৰিলে
पर्यायवाची : অনাদৃত, অপমানিত, অৱহেলিত, নাকাল, লাঞ্ছিত
अर्थ : যাক তিৰস্কাৰ কৰা হৈছে
उदाहरण : তিৰস্কৃত লʼৰা-ছোৱালীয়ে হীনমন্যতাত ভোগে
पर्यायवाची : অনাদৃত, তিৰস্কৃত
इंस्टॉल करें