पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উলিওৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উলিওৱা   ক্ৰিয়া

अर्थ : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা

उदाहरण : তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে

अर्थ : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

उदाहरण : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

पर्यायवाची : কঢ়া, বঢ়া

अर्थ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা

उदाहरण : কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে

पर्यायवाची : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া

अर्थ : কথা আদিৰ আৰম্ভ কৰা

उदाहरण : কথাই কথাই তেওঁ মনোজৰ বিয়াৰ কথা উলিয়ালে

पर्यायवाची : আৰম্ভ কৰা

अर्थ : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা

उदाहरण : মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে

पर्यायवाची : বাহিৰ কৰা

अर्थ : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য

उदाहरण : চৰকাৰে নতুন ডাক টিকট উলিয়ালে

अर्थ : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য

उदाहरण : নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে

अर्थ : লৈ যোৱা

उदाहरण : বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে

अर्थ : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা

उदाहरण : টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে

पर्यायवाची : আৱিষ্কৃত কৰা

अर्थ : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা

उदाहरण : তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে

अर्थ : বাহিৰ কৰা

उदाहरण : তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে

अर्थ : বিচাৰি সন্মুখত ৰখা কার্য

उदाहरण : পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে

पर्यायवाची : হস্তগত কৰা

अर्थ : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ

उदाहरण : এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল

पर्यायवाची : আৱিষ্কাৰ কৰা

चौपाल