पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উল্লাস शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উল্লাস   বিশেষ্য

अर्थ : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে

उदाहरण :

पर्यायवाची : আনন্দ, আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং, ৰং-তামাচা, ৰগৰ

अर्थ : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা

उदाहरण : ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল

पर्यायवाची : আনন্দ, আহ্লাদ, উলাহ, উলাহ-বিলাহ, খুচ, খুছ, প্রফুল্লতা, প্রসন্নতা, সন্তুষ্টি, সন্তোষ, স্ফূর্ত্তি, হৰিষ, ্হর্ষ

अर्थ : আনন্দপূর্ণ ্উৎসাহ

उदाहरण : তেওঁ বৰ ্উলাহেৰে আনৰ সেৱা কৰে

पर्यायवाची : উলাহ

चौपाल