पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উষ্ণতা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উষ্ণতা   বিশেষ্য

अर्थ : উষ্ণ হোৱা অৱস্থা বা ভাব

उदाहरण : গৰমৰ দিনত উষ্ণতা বৃদ্ধি পায়

पर्यायवाची : উত্তাপ, উমাজাল, তাপ

अर्थ : বিজুলী, জুই বা প্রাকৃতিকভাৱে উৎপন্ন হোৱা এবিধ শক্তি, যাৰ প্রভাৱত বস্তু গৰম হয়, গলে বা ভাপ হৈ উৰি যায় আৰু যাৰ পৰা গৰম বা জ্বলা-পোৰা অনুভৱ কৰা যায়:তাপত হাত পুৰি গৈছে

उदाहरण :

पर्यायवाची : উত্তাপ, উমাজাল, উষ্ণত্ব, তাপ

अर्थ : শৰীৰত জ্বলা-পোৰা কৰা এক প্রকাৰৰ ৰোগ যাৰ বাবে কেতিয়াবা কেতিয়াবা শৰীৰত কিছুমান দানা সদৃশ গুটিও ওলায়

उदाहरण : তেওঁ ইষদোষ্ণতাত ভুগিছে

पर्यायवाची : ইষদোষ্ণতা, উত্তাপ

चौपाल