सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
उदाहरण : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
पर्यायवाची : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, বিহ্বলতা
अर्थ : আতুৰ হোৱা অৱস্থা
उदाहरण : দুবছৰ ধৰি ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁৰ ্উৎকণ্ঠা বাঢ়ি গৈ আছে
पर्यायवाची : অধীৰতা, আতুৰতা, কাতৰতা, ব্যগ্রতা
अर्थ : কোনো কথা জানিবলৈ বৰ ইচ্ছা কৰা
उदाहरण : শিশুৰ মনত সকলো বস্তুৰ প্রতি কৌতূহল জন্মে
पर्यायवाची : উৎসুকতা, কৌতূহল, জিজ্ঞাসা
इंस्टॉल करें