सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কাম আদিত খৰ-খেদা কৰা ব্যক্তি
उदाहरण : এটা উৎপতীয়াৰ কাৰণে এই কামটো বেয়া হৈ গʼল
पर्यायवाची : খটখটীয়া, চতফতীয়া, চতবতীয়া
अर्थ : যিজনে বৰ উৎপাত কৰে
उदाहरण : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
पर्यायवाची : খটাসুৰ, দুষ্ট, বদমাচ
अर्थ : যি উপদ্রৱ কৰে
उदाहरण : তেওঁ এজন ্উৎপতীয়া ব্যক্তি
पर्यायवाची : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, বদমাচ
इंस्टॉल करें