पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से উৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

উৰা   ক্ৰিয়া

अर्थ : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা

उदाहरण : আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে

पर्यायवाची : উৰি থকা

अर्थ : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল

उदाहरण :

पर्यायवाची : উৰি থকা

अर्थ : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য

उदाहरण : চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল

अर्थ : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা

उदाहरण : মেজত থোৱা কিতাপখন কʼত হেৰাল

पर्यायवाची : হেৰোৱা

अर्थ : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা

उदाहरण : এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়

पर्यायवाची : উৰি যোৱা

अर्थ : বতাহত ইফাল-সিফাল হৈ পৰা

उदाहरण : ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল

पर्यायवाची : উৰি যোৱা

अर्थ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে

उदाहरण :

पर्यायवाची : পিন্ধা, পৰিধান কৰা, লোৱা

अर्थ : বতাহত উৰা

उदाहरण : বিদ্যালয় প্রাংগণত জাতীয় পতাকা উৰি আছিল

पर्यायवाची : উৰি থকা

चौपाल