सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা
उदाहरण : আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে
पर्यायवाची : উৰা
अर्थ : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
उदाहरण :
अर्थ : বতাহত উৰা
उदाहरण : বিদ্যালয় প্রাংগণত জাতীয় পতাকা উৰি আছিল
अर्थ : যি উৰি আছে
उदाहरण : উৰি থকা চৰাইটো চিকাৰীৰ তীৰত ঘায়ল হৈ মাটিত সৰি পৰিল
पर्यायवाची : উড়ন্ত, উড্ডীন, উড্ডীয়মান
इंस्टॉल करें