अर्थ : কোনো বস্তু বা জীৱক উৰিবলৈ প্রবৃত্ত কৰা
उदाहरण :
পাইলটে উৰাজাহাজ উৰায়
अर्थ : এবাৰত হেঁ্চা প্রয়োগ বা বল দি পৃথক কৰা বা কাটি দূৰলৈ পেলোৱা
उदाहरण :
সৈনিকে শত্রুৰ শিৰ উৰাই দিলে
पर्यायवाची : উৰাই দিয়া
अर्थ : বতাহত ইফালে-সিফালে বিচৰণ কৰোৱা বা প্রসাৰিত কৰোৱা
उदाहरण :
হোলীত মানুহে আবিৰ আৰু ফাকুৱা উৰায়