अर्थ : এজন ব্যক্তি বা সংস্থাৰ দ্বাৰা আন ব্যক্তি বা সংস্থাৰ প্রতি আগবঢ়াবলগীয়া সেৱা
उदाहरण :
হিন্দু ধর্ম অনুসৰি মাতৃঋণ, পিতৃঋণ, গুৰুঋণ তথা দেৱঋণ এই চাৰিটা মুখ্য ঋণ
अर्थ : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন
उदाहरण :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে
पर्यायवाची : ধাৰ