सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজনে ধাৰ ঋণ লৈছে
उदाहरण : পুৰণি ঋণীসকলক বেংকে সোনকালে ঋণ জমা কৰিবলৈ কৈছে
पर्यायवाची : ঋণকর্তা, ধৰুৱা
अर्थ : যিজনৰ কাৰোবাক কিবা দিবলৈ বাকী ৰৈ গৈছে
उदाहरण : তেওঁ ্মোৰ ওচৰত ঋণী কিয়নো তেওঁৰ ্পৰা এতিয়াও এশ টকা পাবলৈ বাকী আছে
पर्यायवाची : ধৰুৱা
अर्थ : যিজনে ঋণ লৈছে
उदाहरण : বেংকে ঋণী সদস্যসকলক অনতিপলমে ঋণ জমা দিয়াৰ বাবে জাননী প্রেৰণ কৰিছে
पर्यायवाची : ঋণগ্রস্ত, ধৰুৱা
इंस्टॉल करें