अर्थ : সংখ্যা লিখাৰ ক্রমত সেই অন্তিম স্থান যʼত ন বা তাতকৈ কম সূচক অংক লিখা হয়
उदाहरण :
সাতশ তেইশ (৭২৩)-ক তিনিটা একক স্থানত লিখা হয়
पर्यायवाची : একক স্থান
अर्थ : গণনা বা সংখ্যাত এক হোৱাৰ অৱস্থা বা ভাৱ
उदाहरण :
বাৰত দুটা একক আৰু এটা দহক থাকে
अर्थ : কোনো প্রকাৰৰ স্বতন্ত্র বর্গ ্বা সমূহৰ এনেকুৱা এক অংগ বা ভাগ যাক পৃথক ভাৱে বিশ্লেষণ কৰিব পৰা যায়
उदाहरण :
আমাৰ সমাজখন বহুতো সৰু-বৰ নৃগোষ্ঠীয় এককেৰে গঠিত