पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से এজেণ্ট शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

এজেণ্ট   বিশেষ্য

अर्थ : কোনো বস্তু , চুক্তিপত্র আদি ক্রয়-বিক্রয় কৰাৰ সময়ত কিছু পাৰিশ্রমিকৰ বিনিময়ত মধ্যস্থতা কৰা লোক

उदाहरण : এই গাড়ীখন মই দালালৰ যোগেদি কিনিলোঁ

पर्यायवाची : দালাল

अर्थ : কোনো ব্যক্তি বা সংস্থা আদিৰ ফালৰ পৰা তেওঁলোকৰ প্রতিনিধিৰ ৰূপত কিবা কৰিবৰ কাৰণে যাক নিয়োজিত কৰা হয়

उदाहरण : শ্যাম এটা ব্যক্তিগত বেংকৰ এজেণ্ট

पर्यायवाची : অভি্কর্তা

चौपाल