अर्थ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
उदाहरण :
মাছবোৰ জালৰ পৰা এৰাই গʼল
पर्यायवाची : উন্মুক্ত হোৱা, বন্ধন মুক্ত হোৱা, মুক্ত হোৱা, সুলকি যোৱা
अर्थ : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য
उदाहरण :
বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল
पर्यायवाची : ছিঙা, ছিন্ন হোৱা