पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से এৰি দিয়া शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

এৰি দিয়া   ক্ৰিয়া

अर्थ : কোনো কাৰণত কোনো কাম নকৰা

उदाहरण : মই দ্বিতীয় আৰু পঞ্চম প্রশ্নটো এৰিলোঁ

पर्यायवाची : এৰা

अर्थ : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা

उदाहरण : তেওঁ ্মোক মেলাতে এৰিলে

पर्यायवाची : এৰা

अर्थ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য

उदाहरण : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল

पर्यायवाची : আঁতৰি যোৱা, এৰা, ত্যাগ কৰা

चौपाल