सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু আদিৰ বা তাৰ কোনো অংশ কোনো ফালে হালি থকা
उदाहरण : চাইকেলৰ ওপৰত লদা বোজাটো বাওঁফালে ওলমি আছে
पर्यायवाची : ওলমি থকা
अर्थ : ওপৰত তুলি থোৱা স্বত্বেও কোনো বস্তুৰ কিছু অংশ তললৈ অলপ দূৰলৈকে আধাৰহীন হিচাপে থকা কার্য
उदाहरण : বেৰত এডাল ৰচী ওলমি আছে
पर्यायवाची : ওলমি থকা, দুলি থকা
इंस्टॉल करें