अर्थ : কোনো কিতাপ আদি ছপা কৰি অনা
उदाहरण :
তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে
पर्यायवाची : প্রকাশিত হোৱা
अर्थ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
उदाहरण :
তেওঁ কংগ্রেছৰ পৰা ওলাল
पर्यायवाची : পৃথক হোৱা
अर्थ : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা
उदाहरण :
বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল
पर्यायवाची : গুচি যোৱা
अर्थ : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা
उदाहरण :
গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়
अर्थ : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা
उदाहरण :
আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়
अर्थ : প্রচলিত হোৱা
उदाहरण :
ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়
अर्थ : অনায়াসে উচ্চাৰিত হোৱা
उदाहरण :
গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল
अर्थ : অন্য কোনোফালে বাঢ়ি থকা
उदाहरण :
এই মেজখনৰ কোণাটো অলপ ওলাইছে
अर्थ : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা
उदाहरण :
গংগা গংগোত্রীৰ পৰা ওলাইছে
पर्यायवाची : নি্র্গত ্হোৱা