पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ওলোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ওলোৱা   ক্ৰিয়া

अर्थ : কোনো কিতাপ আদি ছপা কৰি অনা

उदाहरण : তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে

पर्यायवाची : প্রকাশিত হোৱা

अर्थ : কোনো বস্তু আদি নিজৰ ঠাইৰ পৰা ওপৰলৈ অনা বা দেখা দিয়া

उदाहरण : সূর্য পূৱত দিশত ওলায়

पर्यायवाची : উদিত হোৱা, উদয় হোৱা

अर्थ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য

उदाहरण : তেওঁ কংগ্রেছৰ পৰা ওলাল

पर्यायवाची : পৃথক হোৱা

अर्थ : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

उदाहरण : তেওঁৰ ৰহস্য খুলিল

पर्यायवाची : খোলা, ফাদিল হোৱা

अर्थ : এৰি দিয়া

उदाहरण : এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল

पर्यायवाची : মুক্ত হোৱা

अर्थ : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা

उदाहरण : বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল

पर्यायवाची : গুচি যোৱা

अर्थ : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা

उदाहरण : গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়

अर्थ : উৎপন্ন হোৱা

उदाहरण : খেতিডৰাৰ খলি সমূহৰ পৰা নতুন নতুন উদ্ভিদ গজিছে

पर्यायवाची : গজা

अर्थ : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা

उदाहरण : আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়

अर्थ : প্রচলিত হোৱা

उदाहरण : ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়

अर्थ : অনায়াসে উচ্চাৰিত হোৱা

उदाहरण : গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল

अर्थ : অন্য কোনোফালে বাঢ়ি থকা

उदाहरण : এই মেজখনৰ কোণাটো অলপ ওলাইছে

अर्थ : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা

उदाहरण : গংগা গংগোত্রীৰ পৰা ওলাইছে

पर्यायवाची : নি্র্গত ্হোৱা

अर्थ : বাহিৰলৈ অহা

उदाहरण : সাপটো বিলৰ পৰা ওলাইছে

पर्यायवाची : নির্গত হোৱা, বাহিৰলৈ অহা

चौपाल