अर्थ : উদ্যোগৰ অধিক উন্নত কৰা বা সঠিকভাৱে চলোৱাৰ বিদ্যা
उदाहरण :
আই. আই. টিত ঔদ্যোগিক শিক্ষা দিয়া হয়
पर्यायवाची : প্রাদ্যোগিক
अर्थ : যান্ত্রিক কলা-কৌশল বিষয়ক বা যন্ত্র প্রয়োগ সম্বন্ধীয়
उदाहरण :
ৰাজ্যিক শিক্ষামন্ত্রীয়ে আমাৰ চহৰত এখন কাৰিকৰি প্রতিষ্ঠানৰ উন্মোচন কৰিলে
पर्यायवाची : অভিযান্ত্রিক, কাৰিকৰি, প্রযুক্তিবিদ্যাগত, প্রায়োগিক
अर्थ : যি উদ্যোগৰ সৈতে সম্বন্ধিত
उदाहरण :
প্রথম বিশ্বযুদ্ধৰ পিছত ইউৰোপত ঔদ্যোগিক বিপ্লৱ হয়
पर्यायवाची : উদ্যোগ বিষয়ক
अर्थ : বৈজ্ঞানিক বা ব্যৱহাৰিক বিষয় যি বৈজ্ঞানিক সিদ্ধান্তৰ আধাৰত প্রতিষ্ঠিত অথবা তাৰে সৈতে সম্পর্কিত
उदाहरण :
নেহৰুদেৱে ঔদ্যোগিক বিকাশ সাধনত অধিক গুৰুত্ব আৰোপ কৰিছিল
पर्यायवाची : প্রাদ্যোগিক