पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কণ্ঠ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কণ্ঠ   বিশেষ্য

अर्थ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

उदाहरण : তেওঁৰ ্ মাতটো বৰ মিঠা

पर्यायवाची : গলা, বোল, মাত, স্বৰ

अर्थ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা

उदाहरण : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল

पर्यायवाची : লয়, সুৰ

अर्थ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ

उदाहरण : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল

पर्यायवाची : গলা

अर्थ : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ

उदाहरण : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়

पर्यायवाची : গল, গলা

चौपाल