अर्थ : গুৰুতৰ ভাবে আহত বা যি মৃত্যুৰ নিচেই ওচৰত আছে
उदाहरण :
গাঁওবাসীয়ে চোৰটোক মাৰি-মাৰি আধামৰা কৰিলে
पर्यायवाची : আধামৰা, আধাসাৰি, আসন্নমৃত্যু, ওষ্ঠাগতপ্রাণ, ক্ষীণশ্বাস, জীৱন্মৃত, মুমূর্ষু, মৃতকল্প, মৃতপ্রায়, মৰণ-কাতৰ, মৰণান্তিক, মৰণোন্মুখ, ্অর্ধমৃত, ্মৰণাপন্ন