पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কথা পাহৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কথা পাহৰা   বিশেষ্য

अर्थ : প্রায়েই পাহৰি থকা ব্যক্তি

उदाहरण : ৰাম এটা ডাঙৰ কথা পাহৰা, সি সদায় কিবা নহয় কিবা পাহৰি যায়

पर्यायवाची : কথা-পাহৰা

কথা পাহৰা   ক্ৰিয়া

अर्थ : বৃদ্ধাৱস্থাৰ কাৰণে বুদ্ধিয়ে ভালদৰে কাম নকৰা

उदाहरण : কিছুমান লোকৰ বৃদ্ধাৱস্থাত স্মৃতিভ্ৰংশ হয়

पर्यायवाची : স্মৃতিভ্ৰংশ হোৱা

কথা পাহৰা   বিশেষণ

अर्थ : যাৰ পাহৰি থকাটোৱেই স্বভাৱ

उदाहरण : প্ৰতিমাই সৰুকালৰ পৰাই কথা পাহৰা স্বভাৱ আছে

चौपाल