पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কন্যা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কন্যা   বিশেষ্য

अर्थ : মাইকী সন্তান:জীয়ৰী লোকৰ ধনৰ দৰে সীতা জনকৰ পুত্রী আছিল

उदाहरण :

पर्यायवाची : ছোৱালী, জী, জীয়ৰী, তনয়া, দুহিতা, নন্দিনী, পুত্রী

अर्थ : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই

उदाहरण : বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি

पर्यायवाची : অক্ষতযোনি নাৰী, কুমাৰী

अर्थ : কম বয়সীয়া অবিবাহিত স্ত্রী

उदाहरण : ছোৱালীবোৰে পুতলাৰ খেলা খেলিছে

पर्यायवाची : আপী, কন্যাসন্তান, চোকৰী, ছোৱালী, জীয়াৰী, বালিকা

अर्थ : বাৰটা ৰাশিৰ মাজৰ ছয় নম্বৰৰ ৰাশি

उदाहरण : এই বছৰটো কন্যাৰাশিৰ লোকৰ কাৰণে ফলদায়ক হʼব

पर्यायवाची : কন্যা ৰাশি, কন্যাৰাশি

चौपाल