अर्थ : এবিধ উদ্ভিদৰ পৰা পোৱা বীজ যাক পিচি পেয় পদার্থ হিচাপে ব্যৱহাৰ কৰা হয়
उदाहरण :
তেওঁ কফিগুটিখিনি তৎক্ষণাত পিচি কফি তৈয়াৰ কৰি আছে
अर्थ : এবিধ উদ্ভিদ যাৰ বীজ খুন্দি পেয় পদার্থ ্তৈয়াৰ কৰা হয়
उदाहरण :
কফি এবিধ মজলীয়া আকাৰ উদ্ভিদ
पर्यायवाची : কফি গছ
अर्थ : চাহৰ নিচিনা এবিধ পেয় দ্রব্য
उदाहरण :
তেওঁ কফি খাই আছে
अर्थ : পেয় পদার্থ হিচাপে প্রস্তুত কৰা চাহপাতৰ দৰে এবিধ চূর্ণ
उदाहरण :
তেওঁ ্দোকানৰ পৰা এশ গ্রাম কফি কিনিলে