अर्थ : নেমু প্রজাতিৰ এবিধ সুগন্ধি, ৰসাল আৰু মিঠা সোৱাদযুক্ত ফল
उदाहरण :
তেওঁ ্সদায় কমলাৰ ৰস খায়
पर्यायवाची : কমলা টেঙা
अर्थ : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
उदाहरण :
চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
पर्यायवाची : কমলা ৰং, সুমথিৰা, সুমথিৰা ৰং
अर्थ : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
उदाहरण :
কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
पर्यायवाची : কমলা গছ, সুমথিৰা, সুমথিৰা গছ, সোণতৰা গছ