अर्थ : কোনো বস্তু আদি লুপ্ত হৈ অলপ থাকি যোৱা
उदाहरण :
বৰষুণ নোহোৱাৰ ফলত নদীত পানী কমি আহিছে
पर्यायवाची : তাকৰ হোৱা, ন্যূন হোৱা
अर्थ : কোনো বস্তু আকাৰ, সীমা বা প্রসাৰতা আদিত সৰু হৈ অহা
उदाहरण :
তেওঁৰ ্উপার্জন কমি আহিছে
पर्यायवाची : সংকুচিত হোৱা
अर्थ : যিটো কম হৈ আহিছে বা তললৈ গৈ আছে
उदाहरण :
তেওঁলোকৰ মাজত কমি অহা আত্মীয়তা দেখি মই বিচলিত হʼলে
पर्यायवाची : হ্রাস পোৱা