अर्थ : কলাৰ প্রতি ৰুচি থকা লোক
उदाहरण :
এগৰাকী কলাপ্রেমীয়ে একান্তমনে কলাবীথিকাত চিত্র চাই আছিল
पर्यायवाची : কলা-প্রেমী, কলাপ্রেমী
अर्थ : যি কলা ভালপায়
उदाहरण :
কিছুমান কলা-প্রেমী ব্যক্তিৰ সহায়ত এই নাট্যশালাৰ নি্র্মাণ কৰা হৈছে
पर्यायवाची : কলা-প্রেমী, কলাৰসিক