पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কষ্ট शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কষ্ট   বিশেষ্য

अर्थ : কোনো উদ্দেশ্য সাধনৰ বাবে কৰা কাম:তেওঁ্ সফলতা পোৱাৰ কাৰণে অতিপাত চেষ্টা কৰিছিল

उदाहरण :

पर्यायवाची : চেষ্টা, প্রচেষ্টা, প্রযত্ন, প্রয়াস, যত্ন

अर्थ : মনে অসন্তোষ আৰু কষ্ট পোৱা এনে এক অৱস্থা বা কথা যাৰ যোগেদি মনোকষ্ট লাঘৱৰ বাবে স্বাভাৱিক প্রবৃত্তিৰ মূর্ত ্ প্রকাশ ঘটে

उदाहरण : দুখত পৰিলেহে ৰাম নাম লʼবলৈ মনত পৰে

पर्यायवाची : অসুখ, দুঃখ, দুখ, পীড়া, বেজাৰ, বেদনা, মনঃক্লেশ, মনস্তাপ, যাতনা, শোক, সন্তাপ

अर्थ : শৰীৰত আঘাত পালে, ঘা হʼলে অথবা মোচোকা খালে অনুভৱ হোৱা অৱস্থা

उदाहरण : ৰোগীৰ কষ্ট দিনে-দিনে বাঢ়িহে গৈছে

पर्यायवाची : কৃচ্ছ্র, ক্লিষ্টতা, ক্লেশ, নিকাৰ, পীড়া, বেদনা, ব্যথা, যন্ত্রণা, যাতনা

अर्थ : শৰীৰ বা মনত দিয়া বা হোৱা পীড়া

उदाहरण : ভাৰতক স্বাধীন কৰিবৰ কাৰণে দেশভক্তসকলে বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল

पर्यायवाची : দুখ, দুখ-কষ্ট, দুখ-বেদনা, যন্ত্রণা, যাতনা

चौपाल