अर्थ : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা
उदाहरण :
ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে
पर्यायवाची : যাতনা দিয়া, শাস্তি দিয়া
अर्थ : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে
उदाहरण :
অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে
पर्यायवाची : দুখ দিয়া
अर्थ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
उदाहरण :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
पर्यायवाची : উৎপীড়ন কৰা, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া