सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অনাহকত তর্ক কৰি থকা ব্যক্তি
उदाहरण : কাজিয়াখোৰ ব্যক্তিৰ সৈতে কথা পতা উচিত নহয়
पर्यायवाची : কুতৰ্কী, বিতণ্ডাবাদী
अर्थ : যি সম্বন্ধত কাজিয়া বা গণ্ডগোল হʼব পাৰে
उदाहरण : মই কোনো কন্দলীয়া বিষয়ত সোমাব নিবিচাৰোঁ
पर्यायवाची : কন্দলীয়া, দন্দখোৰ
अर्थ : সমানে সমানে কাজিয়া কৰোঁতা
उदाहरण : কাজিয়াখোৰ মানুহৰ পৰা আঁতৰি থকাই ভাল
पर्यायवाची : কলহপ্রিয়, ্কর্কশ
अर्थ : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে
उदाहरण : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল
पर्यायवाची : উগ্রা, দন্দুৰী
इंस्टॉल करें