सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
उदाहरण : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
पर्यायवाची : কটল, কৰ, কৰ-কাটল, খাজনা, টেক্স, শুল্ক
अर्थ : খেতি-বাতিৰ মাটিত লগোৱা কৰ
उदाहरण : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
पर्यायवाची : কটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক
इंस्टॉल करें