सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : আনৰ কাম-কাজ কৰি পেট প্রৱর্তোৱা লোক
उदाहरण : শ্রমিকসকলে সুৰঙ্গ খন্দা কাম কৰি আছে
पर्यायवाची : কাম কৰা মানুহ, বনুৱা, মজদুৰ, মজুৰ, শ্রমজীৱি, শ্রমিক, শ্রমোপজীৱি
अर्थ : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়
उदाहरण : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে
पर्यायवाची : অনুচৰ, আলধৰা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক
इंस्टॉल करें