सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি
उदाहरण : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই
पर्यायवाची : কামুক, বিষয়ী, ভোগী, লম্পট
अर्थ : যাৰ কামবাসনা বহুত
उदाहरण : তেওঁ এজন ্কামুক ব্যক্তি
पर्यायवाची : কামপৰবশ, কামবিহ্বল, কামমোহিত, কামাত্মা, কামান্ধ, কামার্ত, কামাসক্ত, কামীন, কামুক, বিষয়ী, ভোগী, লম্পট, ্কামাতুৰ, ্কামার্ত্ত, ৰতিপৰায়ণ, ৰতিবিহ্বল, ৰমণাভিলাষী
अर्थ : যি ব্যভিচাৰ কৰে
उदाहरण : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে
पर्यायवाची : কামুক, খেচেৰা, খেচৰ, ব্যভিচাৰী, লম্পট, লুচ্ছা
इंस्टॉल करें