सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ
उदाहरण : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়
पर्यायवाची : অপযশ, কলংক, দাগ, লাঞ্ছনা
अर्थ : ধোঁৱা জমা হৈ হৈ হোৱা কʼলা অংশ
उदाहरण : বেৰত লগা এলান্ধুবোৰ চাফা কৰা
पर्यायवाची : আলান্ধু, এলান্ধু, কʼলা-ছাই
अर्थ : কʼলা হোৱা অৱস্থা
उदाहरण : আজিকালি চেহেৰাৰ কʼলা পৰা আঁতৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্রসাধন ওলাইছে
पर्यायवाची : কʼলা পৰা
इंस्टॉल करें