अर्थ : কাশ্মীৰ ৰাজ্যৰ নিবাসী
उदाहरण :
আজিৰ প্রতিজন কাশ্মীৰীয়েই সন্ত্রাসবাদৰ আতংকময় পৰিৱেশত জীৱন নি্র্বাহ কৰি আছে
पर्यायवाची : কাশ্মীৰ বাসী
अर्थ : কাশ্মীৰী ভাষাৰ সৈতে সম্বন্ধ থকা
उदाहरण :
তেওঁ ্কাশ্মীৰী সাহিত্যৰ অধ্যয়ন কৰি আছে
अर्थ : কাশ্মীৰত থকা বা বসতি কৰা
उदाहरण :
কাশ্মীৰী জনতা সন্ত্রাসবাদীৰ সন্ত্রাসৰ দ্বাৰা পীড়িত হৈ আছে
अर्थ : যিটো কাশ্মীৰৰ সৈতে সম্পর্কযুক্ত বা কাশ্মীৰৰ
उदाहरण :
তেওঁৰ মূৰত কাশ্মীৰী টুপি সুশোভিত আছিল