अर्थ : মিস্ত্রীৰ কাম
उदाहरण :
মনোহৰে চহৰত মিস্ত্রী কৰে
पर्यायवाची : কাৰিগৰ, মিস্ত্রি, মিস্ত্রী, মিস্ত্রী-কাম
अर्थ : হাতেৰে বিশেষ ধৰণৰ কাম কৰা ব্যক্তি বা কোনো বিশেষ কার্যত নিপুণ
उदाहरण :
কাৰিকৰজন আজি কামলৈ নাহিল
पर्यायवाची : কাৰিগৰ
अर्थ : শিল্পৰ কাম কৰা ব্যক্তি
उदाहरण :
তাজমহল নিপুণ শিল্পীৰ এক অনুপম কৃতি
पर्यायवाची : কলাকুশলী, কাৰুশিল্পী, শিল্পকাৰ, শিল্পকৰ, শিল্পী, শিল্প্কর্ম্্কাৰ