सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
उदाहरण :
पर्यायवाची : কাষ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
अर्थ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
उदाहरण : এই কাঁহীখনৰ কাণটো বৰ পাতল
पर्यायवाची : কাণ, কাষ, প্রান্তৰ, মূৰ
अर्थ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
उदाहरण : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
पर्यायवाची : কাষ, দাঁতি, পাৰ
इंस्टॉल करें