सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নতুনকৈ ওলোৱা গছৰ কোমল পাত
उदाहरण : তেওঁ ্ গছৰ পৰা কুঁহিপাত ছিঙি আছে বসন্তকালত গছে কুঁহি মেলে
पर्यायवाची : কুঁহি, কুঁহিপাত, কোঁহ, নতুনপাত, নৱপত্র, নৱপল্লৱ, পত্রাঙ্কুৰ, পত্রোদ্গম
अर्थ : ৰোপিত বীজৰ পৰা প্রথমে ওলোৱা কোমল সৰু ঠাৰি যʼৰ পৰা নতুন পাত ওলায়
उदाहरण : পথাৰত বুটমাহৰ গঁ্জালি ওলাইছে
पर्यायवाची : অংকুৰ, গঁ্জালি
इंस्टॉल करें