पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কীট-নাশক शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কীট-নাশক   বিশেষ্য

अर्थ : পোক-পতঙ্গ আদি মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা ৰাসায়নিক দ্রব্য

उदाहरण : শস্যবোৰ পোক-পতঙ্গৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কীটনাশক ছটিওৱা হৈছে

पर्यायवाची : কীট-নাশক দ্রব্য, কীটনাশক, কীটনাশক দ্রব্য

কীট-নাশক   বিশেষণ

अर्थ : পোক-পতঙ্গ মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা দ্রব্য বিশেষ

उदाहरण : খেতিয়কজনে পথাৰত কীটনাশক ঔষধ ছটিয়াই আছে

पर्यायवाची : কীটনাশক

चौपाल