सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাৰ মহত্ত্বপূর্ণ উপল্্ব্ধি
उदाहरण : আলেকজেণ্ডাৰক তেওঁৰ কৃতিত্বৰ বাবে জনা যায়
पर्यायवाची : কৃতিত্ব, মহৎ কার্য
अर्थ : খ্যাত হোৱা অৱস্থা বা ভাব
उदाहरण : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
पर्यायवाची : খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রতিষ্ঠা, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
अर्थ : কোনো মহত্ত্বপূর্ণ উপলব্ধিৰ বিৱৰণ
उदाहरण : শৈশৱত আমি চিন্দাবাদৰ কৃর্তিত্ব পঢ়িছিলো
पर्यायवाची : কৃতকর্ম, কৃর্তিত্ব
इंस्टॉल करें