अर्थ : ৰাতি দেখা নোপোৱা এবিধ ৰোগ
उदाहरण :
ভিটামিন 'এ'ৰ অভাৱত কুকুৰীকণা হয়
अर्थ : যিজন ব্যক্তিয়ে ৰাতি দেখা নাপায়
उदाहरण :
কুকুৰীকণাজনে খুটাটোত খুন্দা খালে
पर्यायवाची : নিশান্ধ
अर्थ : ৰাতি দেখা নোপোৱা এক ধৰণৰ অৱস্থা
उदाहरण :
ৰশ্মিতাই কুকুৰীকণা ৰোগত ভুগি আছে
पर्यायवाची : নিশান্ধতা
अर्थ : যি ৰাতি দেখা নাপায়
उदाहरण :
কুকুৰীকণা ব্যক্তিসকলৰ ৰাতি ঘূৰা-ফুৰা কৰাত অসুবিধা হয়
पर्यायवाची : নিশান্ধ